MAXXO Paints

MAXXO Paints Maxxo Paints Industries

01/06/2026
01/06/2026

Texture Maxxo

01/06/2026

Rustic Texture

01/06/2026

Maxxotex Rustic

30/05/2026

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ সংশ্লিষ্ট বিষয়ববীয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ কৰে।

উক্ত বৈঠকত আলোচিত মূল বিষয়সমূহ এনেধৰণৰ :

✅ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়তে একোখনকৈ বিএছচি নাৰ্ছিং কলেজ স্থাপনৰ পৰিকল্পনা ।

✅ ৰ'ব'টিক অস্ত্ৰোপ্ৰচাৰ আৰু বৃক্ক সংৰোপণ সুবিধাৰ সম্প্ৰসাৰণ ।

✅ স্বাস্থ্য সুৰক্ষা আৰু চিকিৎসা সম্পৰ্কীয় তথ্য বিশ্লেষণত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ বৃদ্ধি ।

✅ NABH আৰু NABL মান্যতা আৰু মান বৃদ্ধিৰ পদক্ষেপ ।

✅ স্বাস্থ্য সুৰক্ষা আঁচনিৰ অধীনত ২.৩১ কোটিতকৈ অধিক নাগৰিকলৈ আয়ুষ্মান কাৰ্ডৰ সুবিধা ।

✅ পথ দুৰ্ঘটনাৰ ভুক্তভোগীৰ বাবে PM-RAHAT-ৰ অধীনত ১.৫ লাখ টকাপৰ্যন্ত সহায় ।

✅ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত ৪খন কৰ্কট ৰোগৰ চিকিৎসালয় নিৰ্মাণাধীন ।

✅ ASSIST প্ৰকল্প আৰু কেঞ্চাৰৰ বিৰুদ্ধে উন্নত আৰু ফলপ্ৰসূ চিকিৎসাৰ সম্প্ৰসাৰণ ।


゚ ゚

30/05/2026

আজি নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰীযুত নীতিন নবীন ডাঙৰীয়াক সাক্ষাৎ কৰে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।

Nitin Nabin
Himanta Biswa Sarma


゚ ゚

30/05/2026

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম বিধান সভাৰ নৱ নিৰ্বাচিত মাননীয় অধ্যক্ষ শ্ৰীযুত ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে।


゚ ゚

30/05/2026
30/05/2026

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নতুন দিল্লীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান মাননীয় শ্ৰীজিপি সিঙ ডাঙৰীয়াই সাক্ষাৎ কৰি তেওঁ‌ৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে।


゚ ゚

Address

Bhiwadi
Bhiwadi
301019

Alerts

Be the first to know and let us send you an email when MAXXO Paints posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to MAXXO Paints:

Share

Category