Chalantapara Village

Chalantapara Village Family is like branches on a tree, we all grow in different directions, but our roots remains as one. Give more strength to the word family.

13/12/2024
22/06/2024
26/05/2024

| ভাৰত চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰ্যালয়ৰ অধীনৰ বতৰ বিজ্ঞানে উত্তৰ বংগোপসাগৰৰ পৰা সামুদ্ৰিক ঘূৰ্ণি "ৰেমাল"সৃষ্টি হ'ব বুলি আগজাননী দিছে।

এই সাগৰীয় ঘূৰ্ণি উত্তৰ বংগোপসাগৰৰ পৰা উত্তৰ-পূৰ্ৱাঞ্চলৰ ৰাজ্যসমূহৰ ফালে প্ৰচণ্ডৰূপত বৈ অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। এই সামুদ্ৰিক ঘূৰ্ণিৰ ফলত বঙাইগাঁও জিলাৰ ব্ৰহ্মপুত্ৰ, আই আৰু মানাহ নদীতো প্ৰভাৱ পৰিব পাৰে যাৰ ফলত নদীসমূহত নাও চলিলে নাও ধ্বংস হৈ যাত্ৰীৰ বহুমূলীয়া জীৱন হানি হ'ব পাৰে।সাগৰীয় ঘূৰ্ণি 'ৰেমাল' সন্দৰ্ভত অসমৰ মুখ্য সচিবৰ তৰফৰ পৰাও সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে।

গতিকে 'ৰেমাল'ৰ পৰা নাও দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে বঙাইগাঁও জিলাৰ জিলা দণ্ডাধীশ নৱদ্বীপ পাঠকে আজি বিয়লিৰ পৰা ব্ৰহ্মপুত্ৰ, আই আৰু মানাহ নদীত নাও চলাচল নিষেধ কৰি ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ধাৰা জাৰি কৰিছে। সেই নিষেধাজ্ঞা অনুসৰি জিলাখনৰ আওতাৰ ভিতৰত পৰা ব্ৰহ্মপুত্ৰ, আই আৰু মানাহ নদীত যন্ত্ৰচালিত বা সাধাৰন নাও চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা আজি বিয়লিৰ পৰা ৩১মে',২০২৪ তাৰিখলৈ বাহাল থাকিব।

উক্ত নিষেধাজ্ঞা উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰা আৰু সংশ্লিষ্ট আন আন বিধিৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে।

2014 Vs 2023
12/12/2023

2014 Vs 2023

VUP
24/07/2023

VUP

12/05/2022
03/05/2022

ঈদ মোবাৰক

Morning Traffic at Chalantapara Railgate
06/01/2022

Morning Traffic at Chalantapara Railgate

Address

North Salmara
Bongaigaon
783388

Website

Alerts

Be the first to know and let us send you an email when Chalantapara Village posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share