15/07/2022
অসমীয়া কিছুমান থলুৱা খাদ্য সময়ৰ সোঁতত হেৰাই গৈছে । আজিকালি ল'ৰা ছোৱালী বোৰে বহুত বেছি ভাল নাপায় কাৰণ আমাৰ ঘৰ বিলাক ত বাৰিৰ বনৰীয়া শাক বুতলি আনি মাক বিলাকৰ বনাই খুৱাবলৈ সময়ৰ অভাৱ । কিন্তু আমি সকলোৱে জানো বাঢ়িৰ বনৰীয়া শাকৰ উপকাৰী তা ।