22/09/2020
ফুল ভাল পায়নে আপোনালোকে?
কি যে অদ্ভুত প্ৰশ্ন, ফুলনো আৰু কোনোবাই বেয়া পাব নে, সকলোৱে ভাল পায়, নে কি কয়?
কলিয়াবৰ তিনিয়ালি হৈ তেজপুৰ, নগাঁও, যোৰহাট কৰবাত যোৱা কথা আছে নেকি?
যায় যদি তেজপুৰ ৰ পৰা আহিলে কলিয়াবৰ তিনিয়ালি পোৱাৰ ঠিক আগতে সোফালে আমাৰ ধুনিয়া Nursery খন আছে, এপাক সোমাই যাব, কিবা ভাল লাগিলে লৈও যাব লগত ( এনেই নহয় বাৰু, কিনিব লাগিব, দাম সস্তা বাৰু, সেইটো চিন্তা নাই) । ধন্যবাদ😊।
Nursery খনৰ নাম আৰু Address :
Ashirbad Nursery (আশীৰ্বাদ নাৰ্ছাৰী)
NH715, Kaliabor, Assam 782137
098545 15960
https://maps.app.goo.gl/cZFJaRCdFNZdSToc8