Nursery Vartika নাৰ্চাৰী বাৰ্তিকা

  • Home
  • India
  • Nalbari
  • Nursery Vartika নাৰ্চাৰী বাৰ্তিকা

Nursery Vartika নাৰ্চাৰী বাৰ্তিকা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nursery Vartika নাৰ্চাৰী বাৰ্তিকা, Gardener, Bilpar, Nalbari.

Good night
29/12/2025

Good night

05/06/2025

আটাইলৈ বিশ্ব পৰিবেশ দিবস ৰ শুভেচ্ছা জনালোঁ।

সুগন্ধি ফুল ৰজনীগন্ধা ৷৷ Nursery Vartika নাৰ্চাৰী বাৰ্তিকা call:- 9859280188
12/07/2024

সুগন্ধি ফুল ৰজনীগন্ধা ৷৷ Nursery Vartika নাৰ্চাৰী বাৰ্তিকা call:- 9859280188

১ ফুট ওখত ফল লগা L 49 Guwava (মধুৰীআম) মোৰ নাৰ্চাৰীত পাব ৷ CALL 9859280188 Nursery Vartika নাৰ্চাৰী বাৰ্তিকা
10/07/2024

১ ফুট ওখত ফল লগা L 49 Guwava (মধুৰীআম) মোৰ নাৰ্চাৰীত পাব ৷ CALL 9859280188 Nursery Vartika নাৰ্চাৰী বাৰ্তিকা

Carpet Grass (দলিচা বন) কম দামতে পাব ৷ Nursery Vartika নাৰ্চাৰী বাৰ্তিকা  9859280188
07/07/2024

Carpet Grass (দলিচা বন) কম দামতে পাব ৷
Nursery Vartika নাৰ্চাৰী বাৰ্তিকা 9859280188

MANDOVILA FLOWER .   Nalbari. Contact= 9859280188
06/07/2024

MANDOVILA FLOWER . Nalbari. Contact= 9859280188

শুগন্ধি ফুল জেছমিন ৷
20/06/2024

শুগন্ধি ফুল জেছমিন ৷

EGLONIMA & ENTHURIUM plant
18/06/2024

EGLONIMA & ENTHURIUM plant

ছুপাৰ ৰংগন আৰু আলামান্দা
15/06/2024

ছুপাৰ ৰংগন আৰু আলামান্দা

 #ডাইবেটিছ_ৰোগীসকলৰ  বাবে দৰকাৰী গছ ৷৷এইবিধ গছৰ পাত সেৱন কৰি ডায়েবেটিছক বিদায় দিয়ক         আজি আপোনাক এনে এবিধ উদ্ভিদৰ...
24/10/2023

#ডাইবেটিছ_ৰোগীসকলৰ বাবে দৰকাৰী গছ ৷৷
এইবিধ গছৰ পাত সেৱন কৰি ডায়েবেটিছক বিদায় দিয়ক

আজি আপোনাক এনে এবিধ উদ্ভিদৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যাক ইনচুলিন উদ্ভিদ (Insulin Plant) বুলি কোৱা হয়। ইনচুলিন উদ্ভিদৰ পাতে ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
ইনচুলিন উদ্ভিদৰ পাতত প্ৰ'টিন, এণ্টি-অক্সিডেণ্ট, লো, বি কেৰাটিন আৰু কোৰোচোলিক এচিড থাকে, যি বহুতো ৰোগত কাৰ্যকৰী হয়। ই কাহ, চৰ্দি, সংক্ৰমণ, হাঁওফাঁওৰ ৰোগ আৰু হাপানীৰ দৰে আন বহুতো ৰোগৰ বাবে এক ৰামবাণ।
ডায়েবেটিচ ৰোগীসকলে দিনত 6 ৰ পৰা 7 বাৰ ইনচুলিন উদ্ভিদৰ পাত গ্ৰহণ কৰিব লাগে, যি ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে। যদি ৰোগীয়ে পাতবোৰ খাব নোৱাৰে, তেন্তে ইয়াক ৰস হিচাপে পিহি খাব পাৰি। অন্যথা, আপুনি পাউডাৰ প্ৰস্তুত কৰিও ইয়াক গ্ৰহণ কৰিব পাৰে।
আপুনি আপোনাৰ ঘৰত ইনচুলিন গছ এজোপা লগাব পাৰে। ইহঁত মাটিৰ তলত বৃদ্ধি হয়। ইহঁতৰ বৃদ্ধি বৰ খৰতকীয়া। ইহঁতৰ বৃদ্ধিৰ বাবে ৰ’দৰ প্ৰয়োজন যদিও কিছু ছাঁ ঠাইতো গজে। ভাৰতত ইহঁতক ঔষধি গুণৰ বাবে খেতি কৰে আৰু পৃথিৱীৰ অন্য ঠাইত আলংকাৰিক উদ্ভিদ হিচাপেও ৰোপণ কৰে ৷
( বিঃদ্ৰঃ- বিভিন্ন মাধ্যমৰ পৰা অধ্যয়ন কৰি এইবিধ উদ্ভিদৰ বিষয়ে লিখনিটো প্ৰস্তুত কৰা হল। = তিলক শৰ্মা #নাৰ্চাৰী_বাৰ্তিকা )

তুলসী গছৰ কিছু গুণাগুণ জানো আহক :       গ্ৰাম্য পৰিৱেশত ডাঙৰ-দীঘল হোৱা প্ৰতিজন ব্যক্তিয়েই তুলসী চিনি পায়। তুলসী এবিধ অ...
15/10/2023

তুলসী গছৰ কিছু গুণাগুণ জানো আহক :
গ্ৰাম্য পৰিৱেশত ডাঙৰ-দীঘল হোৱা প্ৰতিজন ব্যক্তিয়েই তুলসী চিনি পায়। তুলসী এবিধ অতি উপকাৰী গছ। আমি সকলোৱে জানো যে তুলসী পাতত বহুতো ঔষধি গুণ সন্নৱিষ্ট হৈ থাকে। তুলসী পাত সাধাৰণতে দুই প্ৰকাৰৰ পোৱা যায়। এবিধ বেঙুনীয়া, আনবিধ সেউজীয়া। বেঙুনীয়া তুলসীক কৃষ্ণ তুলসী বা ক’লা তুলসী বুলিও কয়। তুলসী পাতে বহু ৰোগ নিৰাময় কৰাত সহায় কৰে। প্ৰতিদিনে তুলসী পাতৰ ৰস সেৱন কৰিলে কাহ বা শ্বাসজনিত ৰোগসমূহৰ পৰা নিৰাময় পাব পাৰি। মূৰৰ বিষতো তুলসী পাত ঔষধ স্বৰূপ। নিয়মীয়াকৈ তুলসী পাতৰ ৰস সেৱন কৰিলে ছাইনাছ, মাইগ্ৰেই, দুশ্চিন্তা আদিৰ পৰা নিৰাময় পাব পাৰি। তুলসী পাতত থকা এণ্টীবেক্টেৰিয়েল উপাদানে বহু ৰোগ সংক্ৰমণো ৰোধ কৰিব পাৰে। বৃক্কৰ পাথৰ আদিৰ দৰে জটিল ৰোগতো এই বনৌষধবিধে কাম কৰে। তুলসী পাত নিয়মীয়াভাৱে খালে হাওঁফাওঁজনিত ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰি। তুলসী পাতেৰে দাঁত ঘঁহিলে আৰু খালী পেটত তুলসী পাতৰ ৰস সেৱন কৰিলে মুখৰ দুৰ্গন্ধ দূৰ হয়। নিয়মিত তুলসী পাত বা তুলসী পাতৰ ৰস সেৱন কৰিলে বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰি। ঘূৰণীয়া কৃমি হ’লে তুলসী পাতৰ ৰস খালে কৃমি নাশ হয়। তুলসী পাতৰ লাভালাভসমূহ -

১) তুলসীৰ পাতে মধুমেহ ৰোগ নিয়ন্ত্ৰণত ৰাখে
২) তুলসী পাতে স্নায়ৱিক দূৰ্বলতা দূৰ কৰে
৩) তুলসীৰ পাত পিচি খালে স্মৃতি শক্তিও বৃদ্ধি হয়
৪) উচ্চ ৰক্তচাপৰ বাবে তুলসী পাতৰ ৰস লগত হালধিৰ ৰস মিহলাই সেৱন কৰিব লাগে
৫) তুলসীৰ পাত খালে আৰু তুলসীৰ পাতেৰে দাঁত ঘঁহিলে মুখৰ দুৰ্গন্ধ নোহোৱা হয়
৬) তুলসী পাতৰ চাহ খালে যকৃতৰ ৰোগ নিৰাময় হয়
৭) তুলসী পাতৰ ৰস খালে বমি, পানী লগাৰ পৰা উপশম পাব পাৰি
৮) কাহ, কফ, জ্বৰ আদি হ’লে তুলসীৰ ৰস মৌৰ লগত মিহলাই সেৱন কৰিব লাগে
৯) তুলসীৰ পাত পানীত তিয়াই থৈ সেই পানীৰে ধুলে গাৰ ছালৰ দাগ নোহোৱা হয়
১০) তুলসীৰ পাত নিয়মীয়াকৈ খালে গাৰ ছাল নিমজ আৰু সতেজ হয়
১১) তুলসী পাতে তেজ পৰিষ্কাৰ কৰে

ইয়াৰ উপৰি সুগন্ধিযুক্ত উদ্ভিদ তুলসী নানা ঔষধি শক্তি আছে। অতীজৰে পৰা বিভিন্ন ৰোগৰ পৰা উপশম পাবলৈ তুলসী পাত ব্যৱহাৰ কৰি অহাৰ উমান পোৱা যায়। শিশুৰ পৰা বৃদ্ধ অৱস্থাৰ সকলো ব্যক্তিয়ে বিভিন্ন ৰোগ উপশমৰ বাবে তুলসী ব্যৱহাৰ কৰা দেখা যায়।

Address

Bilpar
Nalbari

Opening Hours

Monday 7am - 7pm
Tuesday 7am - 7pm
Wednesday 7am - 7pm
Thursday 7am - 7pm
Friday 7am - 7pm
Saturday 7am - 7pm
Sunday 7am - 7pm

Website

Alerts

Be the first to know and let us send you an email when Nursery Vartika নাৰ্চাৰী বাৰ্তিকা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category