09/12/2026
লণ্ডন ব্ৰিজৰ কাষত Borough Market নামৰ এখন বজাৰ আছিল, তাত কি পোৱা নাযাই, পাচলীৰ পৰা আদি কৰি শুকান বস্তু, মচলা কাপোৰ, ৰেষ্টুৰেন্ট সকলো আছিলো আৰু ইমানেই মানুহ উফ ! লম্বা লাইন এটা দেখি সুধিল কিহৰ লাইন, স্পেইন এটা পপুলাৰ ব্যঞ্জন Paella 🥘 ৰ লাইন, আগতে বহুত বাৰ ৰান্ধিছো যদিওঁ ৰেষ্টুৰেন্টৰ খাই চোৱাৰ হেঁপাহ হ’ল ৷ লম্বা লাইন যদিওঁ খুউব সোনকালে অতিক্ৰম কৰি আহি হাতত Paella পৰিলহি আৰু সোৱাদ ভৰা Paella খোৱাৰ আনন্দ লাভ কৰিলো ৷